মহাকুম্ভ মেলাত জনসমুদ্ৰ

মহাকুম্ভ মেলাত জনসমুদ্ৰ। বিভিন্ন ভেষ–ভূষাৰে মহাকুম্ভ মেলাত লাখ লাখ সন্ন্যাসী। মহাকুম্ভ মেলাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈছে সন্যাসীসকল।

বিভিন্নজন সন্ন্যাসীৰ গভীৰ জ্ঞান আৰু বিচিত্ৰ জীৱন গাথাই স্তম্ভিত কৰিছে বহুতকে। ১৩ জনুৱাৰীৰ আৰম্ভ হোৱা প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত দিন আগবঢ়াৰ লগে লগে ভিৰ বাঢ়িছে।

বিশ্বৰ সবাতোত কৈ বেছি জনসমাগম হোৱা এই মহাকুম্ভ মেলাত দেখা গৈছে বিচিত্ৰৰূপত অহা সন্ন্যাসীসকলক।

ত্ৰিবেণী সংগমত স্নান কৰিবৰ বাবে দৈনিক লাখ লাখ সমাগম হৈছে। দেশৰে নহয়, বিদেশৰো সাধু–সন্তৰ ভিৰ হৈছে প্ৰয়াগৰাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...

ভাৰত-চীন সীমা সমস্যা সমাধানৰ লক্ষ্যৰে বেইজিং ভ্ৰমণ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ

ভাৰত-চীন সীমা বিবাদ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ...