মুখ্য বাতৰি

আপুনিও ভুগিছে নেকি অনিদ্ৰাত? অনিদ্ৰা দূৰ কৰাৰ কেইটামান কাৰ্যকৰী উপায়

আধুনিক জীৱনশৈলী আৰু যান্ত্রিক জীৱনে আমাৰ মাজত কিছু নতুন অসুবিধাৰ সৃষ্টি কৰিছে৷ প্ৰতিযোগিতা আৰু প্ৰতিষ্ঠাৰ যি নিগনি দৌৰ চলি আছে, তাত আমাৰ মন-মগজুৰ লগতে...

শশী ফুকন বিলীন হ’ল পঞ্চভূতত

৭০ দশকৰ পৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হাতত তুলি লোৱা এখন আলোচনীৰ গুৰিয়াল তেওঁ। নামটোৰ দৰেই আছিল বিস্ময়কৰ সকলো। চিন্তা উদ্দীপক, বুদ্ধি দীপ্ত সমান্তৰালকৈ মনোৰঞ্জনৰো...

ADR পৰীক্ষাৰ বাবে দেওবাৰে ৰাজ্যজুৰি কৰ্তন ইণ্টাৰনেট

ADR পৰীক্ষাৰ বাবে দেওবাৰে ৰাজ্যজুৰি কৰ্তন ইণ্টাৰনেট। পুৱা ৮.৩০ বজাৰ পৰা আবেলি ৪ বজালৈ কৰ্তন হ’ব ইণ্টাৰনেট। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্ত...

সাগৰীয় ঘূৰ্ণি ডানাই জোকাৰিছে পশ্চিমবংগ আৰু ওড়িষ্যাক

উন্মত্ত সাগৰৰ উত্ৰাৱল ঢৌৱে সৃষ্টি কৰিছে প্ৰাকৃতিক প্ৰলয়ৰ। সাগৰীয় ঘূৰ্ণি ডানাই জোকাৰিছে পশ্চিমবংগ আৰু ওড়িষ্যাক। ওড়িষ্যাৰ সাগৰৰ উত্তাল জলৰাশিৰ ভয়াৱহ দৃশ্য পোহৰলৈ আহিছে। দৃশ্যত...

বহু বছৰৰ পাছত, বহু দশকৰ পাছত… যোৰহাটত আমেৰিকাৰ ‘কিম ডগছন’

চন ১৯৫৭। স্থান যোৰহাট। সুদূৰ আমেৰিকাৰ নিউজাৰ্চি চহৰৰ পৰা যোৰহাটৰ খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰত চিকিৎসা সেৱা আগবঢ়াবলৈ আহিছিল ডাঃ কেভি ডগছন নামৰ চিকিৎসকজন। সময়বোৰ আগবাঢ়িছিল।...

Popular