মৃত্যু আহে সংগোপনে…ASI ভূপেন কলিতাৰ আকস্মিক বিয়োগ

নলবাৰী যান বাহন আৰক্ষীৰ ASI ভূপেন কলিতাৰ আকস্মিক মৃত্যু। ঢেকীয়াজুলিত ক্রীড়া প্রতিযোগিতাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু। খেলৰ বাবে সাজু হৈ থাকোতেই হঠাৎ ঢলি পৰে কলিতা।

হাই জাম্প খেলত পদক লাভ কৰাৰ পিছত আন এখন খেলৰ বাবে সাজু হৈ আছিল। নলবাৰীৰ মৈৰাদঙাত ঘৰ ASI ভূপেন কলিতাৰ। নিশা প্ৰয়াত কলিতাৰ মৃতদেহ তেজপুৰ মেডিকল কলেজত ৰখা হয়। বৃহস্পতিবাৰে নলবাৰীৰ মৈৰাদঙাৰ ঘৰলৈ লৈ যোৱা হ’ব ASI ভূপেন কলিতাক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...