ভয়ংকৰ বিমান দুৰ্ঘটনা, উদ্ধাৰ ১৮ জনৰ মৃতদেহ

আমেৰিকাৰ ৱাশ্বিংটনত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। আকাশমাৰ্গত সেনাৰ হেলিকপ্টাৰেৰে যাত্ৰীবাহী বিমানৰ সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনা। বিমানখনত আছিল ৬৪ জন যাত্ৰী সহ ক্ৰু-মেম্বাৰ। আনফালে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত আছিল তিনিজন লোক। বৰ্তমানলৈ উদ্ধাৰ ১৮ জনৰ মৃতদেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...