মুখ্য বাতৰি

ভূমি কাৰ? আন্তঃৰাজ্যিক বিবাদ নহয়, এইবাৰ আন্তঃজিলা সীমা বিবাদ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুবুৰীয়া ৰাজ্যৰ লগত সঘনাই সংঘাত চলি থকাৰ সময়তে এইবাৰ সৃষ্টি হৈছে আন্ত:জিলা সীমা বিবাদৰ ৷ এইবাৰ হোজাই জিলা আৰু কাৰ্বি আংলং...

পি এম কিষানৰ লাভ কৰিব দশম কিস্তি, কাইলৈ কৃষকৰ বাবে আহিল ভাল খবৰ!

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দশম কিস্তি কেতিয়া আহিব? আজিকালি গাঁৱে-গাঁৱে, চাহৰ দোকানত কৃষকসকলৰ মাজত চৰ্চিত বিষয়। ইয়াৰ পূৰ্বে চৰ্চা চলিছিল যে ডিচেম্বৰ-মাৰ্চৰ কিস্তি ১৫...

গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ দেহাৱসান, CDS বিপিন ৰাৱটৰ সৈতে হেলিকপ্টাৰ দুৰ্ঘটনাত হৈছিল আহত

CDS বিপিন ৰাৱটৰ সৈতে হেলিকপ্টাৰ দুৰ্ঘটনাত আহত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ দেহাৱসান ঘটিছে। বেংগালুৰুৰ সেনা হাস্পতালত মৃত্যু ঘটে বৰুণ সিঙৰ। ৮ ডিচেম্বৰত হেলিকপ্টাৰ দুৰ্ঘটনাত...

কভিডৰ হটস্পট নহয় মোৰ ঘৰ, কৰ’ণা পাৰ্টীক লৈ স্পষ্টীকৰণ কৰণ জোহৰৰ

আকৌ এবাৰ সংবাদ শীৰ্ষত জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ। কৰণৰ ঘৰত একেলগ হোৱাৰ পিছতে ৪গৰাকী তাৰকা কভিড পজিটিভ হোৱাৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছে। ইয়াৰ...

আজিয়েই কৰি লওক জৰুৰী কাম, কাইলৈৰ পৰা স্তব্ধ হ’ব বেংকৰ কাম-কাজ

যদি আপোনাৰ বেংক সম্পৰ্কীয় কোনো জৰুৰী কাম আছে, আজিয়েই নিষ্পত্তি কৰক। কাইলৈৰ পৰা দেশজুৰি অচল হব বেংকসমূহ। কিয়নো দুদিনীয়াকৈ দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব...

Popular