প্ৰস্ৰাৱ কৰাৰ চলেৰে পলাবলৈ চেষ্টা কৰোতেই চলিল গুলী, গুলীবিদ্ধ ড্ৰাগছ মাফিয়া পচা বাছফৰ

পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। যোৰহাটৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া পচা বাছফৰ। পুৱতি নিশা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত গুলীবিদ্ধ পচা। যোৰহাটৰ পানীচকুৱাত নিশা প্ৰায় ৩ বজাত এই ঘটনা। প্ৰস্ৰাৱ কৰাৰ চলেৰে পলাবলৈ চেষ্টা কৰোতেই চলিল আৰক্ষীৰ গুলী। বৰ্তমান যোৰহাট চিকিত্সা মহাবিদ্যালয়ত চিকিত্সাধীন পচা বাছফৰ। কিছুদিন পূৰ্বে আৰক্ষীৰ জালৰ পৰা পলায়ন কৰিছিল পচাই। যাৰ বাবে যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিদানন্দ বৰাক শাস্তিমূলক বদলি কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...