মুখ্য বাতৰি

অৰুণাচলী কিশোৰক অপহৰণ চীনা সেনাৰ!

ভাৰতীয় ভূ-খণ্ডৰ ভিতৰত বাৰে বাৰে প্ৰৱেশ চীনৰভাৰতৰ ভূ-খণ্ডৰ ভিতৰৰ পৰা ভাৰতীয় যুৱকক অপহৰণঅৰুণাচলী কিশোৰক অপহৰণ চীনা সেনাৰমিৰাম টেৰন নামৰ ১৭ বছৰীয়া কিশোৰজনক অপহৰণঅৰুণাচলৰ আপাৰ...

ক’ভিডৰ তৃতীয় ঢৌ; বুধবাৰৰ দিনটোত ৰাজ্যত ৮,৩৩৯জন আক্ৰান্ত!

গুৰুত্বৰ অৱস্থাত আছে অসমত ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোতকৈ বৃদ্ধি ক'ভিডৰ সংক্ৰমণ। বুধবাৰৰ দিনটোত ৰাজ্যত ৮ হাজাৰ ৩৩৯ জন আক্ৰান্ত। কামৰূপ মে'ট্ৰত ক'ভিডৰ...

২০২৩ত আৰু টেনিছ কোৰ্টত দেখা নাপাব ছানিয়া মিৰ্জাক!

এইবাৰ লৈ আহিছোঁ টেনিছ জগতৰ খবৰ। ভাৰতৰ আটাইতকৈ স ফল মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই নিজৰ অৱসৰ সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে। চলিত...

ভ্ৰাম্যমান থিয়েটাৰৰ ভিতৰচ’ৰাত প্ৰকৃততে কি চলে?

ভ্ৰাম্যমান জগতৰ এটা খবৰে আকৌ এবাৰ সৰ্বত্ৰে চৰ্চাৰ সৃষ্টি কৰিছে। কভিডকালীন পৰিস্থিতিৰ অৱসান ঘটাত পুনৰ ভ্ৰাম্যমাণ যাত্ৰা আৰম্ভ হৈছিল। স্তব্ধ হৈ যোৱা শিল্প-সংস্কৃতি পুনৰ...

দুখন দেশত এখন ষ্টেডিয়াম, পৃথক কভিড প্ৰটকলৰ বাবে বাতিল হ’ল ফুটবল মেচ

এখন খেলক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। এখন ফুটবল ষ্টেডিয়াম আছে যাৰ খেলপথাৰ আছে এখন দেশত, আনহাতে, পাৰ্কিং স্থান আছে আন এখন দেশত। ষ্টেডিয়ামখন আছে...

Popular