মুখ্য বাতৰি

চিমেণ্ট কোম্পানীৰ পৰা টকা ল’বলৈ মন্ত্ৰী পাটোৱাৰীয়ে অফাৰ দিছিল অতুল বৰাক

উলুৰূপী সিংঘালৰ লগতে এইবাৰ পোৰা গ’ল বগৰীৰূপী পাটোৱাৰীGMC কৰ সংগ্ৰহৰ কথা ক’বলৈ গৈ আজুৰিলে মন্ত্ৰী পাটোৱাৰীকচিমেণ্ট কোম্পানীৰ সৈতে আপোচ কৰা নাছিল অতুল বৰাইচিমেণ্ট কোম্পানীৰ...

হাগ্রামাৰ ৰিজ’ৰ্টত কি চলিছে?

২ বড়ো যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা যুৱকৰহাগ্ৰামা মহিলাৰীৰ পত্নীৰ মালিকানাধীন ৰিজ’ৰ্টত জঘন্য ঘটনা!বাথৌ খেৰাই ৰিজ’ৰ্টত ১৭ ছেপ্টেম্বৰৰ নিশাৰ ঘটনাউদ্দাম নৃত্যৰ মাজতে দুগৰাকী যুৱতীৰ শ্লীলতা...

আজি কোনে কোনে লাভ কৰিব চৰকাৰী চাকৰি?

আজি ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। ১১,২৩৬ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব নিযুক্তি পত্ৰ। গুৱাহাটীৰ...

১ তাৰিখলৈ ৰ’ব নালাগে, ২৯ ছেপ্টেম্বৰতে পাব দৰমহা!

চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। ২৯ ছেপ্টেম্বৰৰ পৰা দৰমহা পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে। দুৰ্গা পূজা উপলক্ষে সিদ্ধান্ত অসম চৰকাৰৰ। দৰমহা আগতীয়াকৈ মুকলি কৰি দিয়াৰ ঘোষণা হিমন্ত...

প্ৰথম ৬ মিনিটতে দুটাকৈ গ’ল, চন্দ্ৰপুৰত কোনে মাৰিলে শেষ হাঁহি?

চন্দ্ৰপুৰস্থিত ৰঙা ফিল্ডত অনুষ্ঠিত হৈ থকা পঞ্চম লেছি টাৰো সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় প্ৰথমখন চেমি ফাইনেল। প্ৰথমখন চেমি ফাইনেল পি.এছ.এ মণিপুৰ...

Popular