আপুনি জানেনে? শৰীৰত ইউৰিক এচিডৰ পৰিমাণ কম কৰাত সহায় কৰে আঙুৰে

আঙুৰৰ উপকাৰিতা বহুতো আছে। আঙুৰ এনে এবিধ ফল যি প্ৰতিজন ব্যক্তিৰ বাবে উপকাৰী। আঙুৰক বিভিন্ন ধৰণেৰে আমি খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰোঁ। ইয়াত থকা এণ্টি অক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধত সহায় কৰে। আঙুৰত পানীৰ মাত্ৰা অধিক হোৱাৰ বাবে ই আমাৰ শৰীৰটো সতেজ কৰি ৰখাতো অৰিহণা যোগায়। আঙুৰে আমাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ কম কৰাৰ বাবেও সহায় কৰে। এনিমিয়া ৰোগীৰ বাবে আঙুৰ যথেস্ট উপকাৰী, দৈনিৰ আঙুৰৰ ৰস সেৱনে শৰীৰত তেজৰ মাত্ৰা বৃদ্ধিত সহায় কৰে। আঙুৰৰ ৰসে মাইগ্ৰেণ ৰোগ প্ৰতিৰোধত অৰিহণা যোগায়। আঙুৰে আমাৰ শৰীৰত স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে হজমশক্তি বৃদ্ধি কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...