এইবাৰ চৰ্চাত বিশ্ব ছাৰ…

অংক ছাৰ, বিজ্ঞান ছাৰৰ কাহিনী শুনিছে। এইবাৰ আন এজন ছাৰৰ কাহিনী লৈ আহিছোঁ। তেওঁ সকলো পঢ়াই। অৱশ্যে, বিদ্যালয়ত উপস্থিতিৰ হাৰতকৈ ছাৰে উপস্থিতি দি ভাল পাই স্বামীবিহীন ঘৰত। প্ৰেম– পৰৰ পত্নীৰে। ঘটনাক কেন্দ্ৰ কৰি ছাৰে কাম কৰা বিদ্যালয়খনৰ সন্মুখত হাহাকাৰ পৰিস্থিতি। খেনোৱে বোলে, স্কুলৰ সন্মুখত এনেকুৱা হাল্লা কৰিব নাপায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...