একাংশ অসাধু ব্যৱসায়ীয়ে হঠাৎ বৃদ্ধি কৰিছে ব্ৰয়লাৰৰ দাম

মহানগৰীৰ বজাৰত আপুনি ক্ৰয় কৰিবলৈ গৈছে নেকি ব্ৰয়লাৰ মাংস। তেন্তে সাৱধান, বিভাগৰ নীৰৱ ভূমিকাত ২০ৰপৰা ৩০টকা পৰ্যন্ত বৃদ্ধি কৰিছে মাংসৰ দাম। একাংশ অসাধু ব্যৱসায়ীয়ে নিজ ইচ্ছা অনুযায়ী লৈছে মাংসৰ দাম। ইয়াৰ ওপৰত গুৰুত্ব দিবলৈ সময় হ’বনে বিভাগৰ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...