এইবাৰ চৰ্চাত বিশ্ব ছাৰ…

অংক ছাৰ, বিজ্ঞান ছাৰৰ কাহিনী শুনিছে। এইবাৰ আন এজন ছাৰৰ কাহিনী লৈ আহিছোঁ। তেওঁ সকলো পঢ়াই। অৱশ্যে, বিদ্যালয়ত উপস্থিতিৰ হাৰতকৈ ছাৰে উপস্থিতি দি ভাল পাই স্বামীবিহীন ঘৰত। প্ৰেম– পৰৰ পত্নীৰে। ঘটনাক কেন্দ্ৰ কৰি ছাৰে কাম কৰা বিদ্যালয়খনৰ সন্মুখত হাহাকাৰ পৰিস্থিতি। খেনোৱে বোলে, স্কুলৰ সন্মুখত এনেকুৱা হাল্লা কৰিব নাপায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

WhatsApp হেক হৈছে নেকি? এই গোপন ক’ডটো ডায়েল কৰক আৰু WhatsApp একাউণ্ট পুনৰুদ্ধাৰ কৰক

হোৱাটচএপ একাউণ্ট হেৰুৱাই আকৌ ঘূৰাই পোৱাটো আজিকালিৰ এটা ভয়ংকৰ...

জন্মভূমিৰ ক্ষতি কৰাজন জাতিৰ প্রধান শত্রু : জয়ন্ত মল্লবৰুৱা

মন্ত্ৰীগৰাকীৰ ৰহস্যময় ‘আজিৰ চিন্তা’ ফেচবুক পোষ্টক কেন্দ্ৰ কৰি ৰাজনৈতিক...

প্ৰথম ব্ৰাজিল, তাৰ পাছত ভাৰত… ফিফা বিশ্বকাপৰ সময়ত কি অভিলেখ গঢ়িলে ভাৰতে?

২০২৬ৰ ফিফা বিশ্বকাপত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভাৰতৰ ফুটবলৰ...