IPLত প্লে’ অফছৰ পথ ক্ৰমান্বয়ে কঠিন হৈ আহিছে CSKৰ

IPLত প্লে অফছৰ পথ ক্ৰমান্বয়ে কঠিন হৈ আহিছে CSKৰ

পঞ্জাবৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত CSK

প্ৰথমে বেট ধৰি ৭ উইকেটত চেন্নাইৰ সংগ্ৰহ ১৬২ ৰান

অধিনায়ক ৰুতুৰাজ গাইকোৱাডৰ ৪৮টা বলত ৬২ ৰান

প্ৰত্যুত্তৰত ১৭.৫ অভাৰত ৩ উইকেটত লক্ষ্যত উপনীত পঞ্জাব

পঞ্জাবৰ জনী বেয়াৰষ্ট্ৰ’ আৰু ৰাইলী ৰচুয়ে কৰে ক্ৰমে ৪৬ আৰু ৪৩ ৰান

আজি ছানৰাইজাৰ্ছ হায়দৰাবদৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ৰ ৰাজস্থান ৰয়েলছ

খেলখনত বিশেষভাৱে দৃষ্টি নিবদ্ধ থাকিব ৰিয়ান পৰাগৰ ওপৰত

CSK ১০ খন খেলৰ ৫ খনত পৰাস্ত হৈ তালিকাত আছে চতুৰ্থ স্থানত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পুনৰ চৰ্চাত ইউটিউবাৰ UK07 Rider

দেশৰ জনপ্ৰিয় ইউটিউবাৰ তথা 'BIG BOSS 17'ৰ প্ৰতিযোগী অনুৰাগ...

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...