Tag: NKTV

Browse our exclusive articles!

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে Retro Look। কিন্তু এখন AI ফটো তৈয়াৰ কৰাৰ আঁৰত কিমান বিদ্যুৎ আৰু পানী ব্যৱহাৰ হয়...

প্ৰথমতে ছাগলী চুৰি, তাৰ পাছত প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা!

প্ৰেমে মানুহক কি কি নকৰাই? এইবাৰৰ ঘটনা নগাঁও জিলাৰ বঢ়মপুৰৰ। প্ৰথমতে প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা তাৰ পিছত সেই পৰিকল্পনা সফল কৰিবলৈ ছাগলী চুৰি! নগাঁও...

থানাৰ চৌহদত জ্ঞানৰ ভঁৰাল; অসম আৰক্ষীৰ অভিনৱ পদক্ষেপ

অসম আৰক্ষীৰ এক বিশেষ পদক্ষেপ। আৰক্ষী থানাৰ চৌহদতে স্থাপন কৰা হৈছে পুথিভঁৰাল। গুৱাহাটীৰ পানবজাৰ আৰক্ষী থানাৰ চৌহদত স্থাপন কৰা এই পুথিভঁৰালটো। অসমৰ ভিতৰতে আৰক্ষী...

সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰৰ বিশেষ ইনষ্টা ৰীল প্ৰতিযোগিতা; কেনেকৈ অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত?

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে আয়োজন কৰিছে বিশেষ ইনষ্টা ৰীল প্ৰতিযোগিতা। সুধাকণ্ঠৰ গীতৰ আধাৰত নিৰ্মাণ কৰা ইনষ্টা ৰীলক লৈ...

৭ বছৰৰ পিছত ভাৰতলৈ চীনৰ ৰাষ্ট্ৰপতি! প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকৰ সম্ভাৱনা

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে শনিবাৰে নতুন দিল্লীত উপস্থিত হোৱাৰ সম্ভাৱনা। ১২ আৰু ১৩ ছেপ্টেম্বৰত ভাৰতৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক BRICS নেতৃবৰ্গৰ সন্মিলনত অংশগ্ৰহণৰ...

Popular

Subscribe

spot_imgspot_img