Tag: NKTV

Browse our exclusive articles!

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয় ‘নতুন দিল্লী ঘোষণা ২০২৬’। সন্মিলনৰ প্ৰথম দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যৌথ ঘোষণাখনত সকলো...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন কিশোৰ গুৰুতৰভাৱে আহত হোৱা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ডিমৌ নদীৰ কাষত ঢেঁকীয়া...

হৃদয়বিদাৰক…কপিকুলেও বুজে মাতৃৰ মমতা; দুৰ্ঘটনাত নিহত মাতৃক এৰি নগ’ল কণমানি বান্দৰ পোৱালিয়ে

নুমলীগড়ৰ দৈগ্ৰোঙত সংঘটিত হ’ল এক হৃদয়বিদাৰক ঘটনা। এখন বাহনৰ খুন্দাত এজনী মাইকী বান্দৰ মৃত্যু হোৱাৰ পিছতে ঘটনাস্থলীত দেখা গ’ল আপোনজনক হেৰুওৱাৰ বেদনাদায়ক দৃশ্য। দৈগ্ৰোং অঞ্চলত...

ৰাজ্যত অব্যাহত বন্যহস্তীৰ আতংক

অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। গোৱালপাৰাৰ পৰা জাগীৰোডলৈ বনৰীয়া হাতীৰ বিচৰণক লৈ সৃষ্টি হৈছে আতংকময় পৰিস্থিতি। গোৱালপাৰা জিলাৰ মৰনৈৰ মনাকোছা গাঁৱত...

BRICS সন্মিলনত নেতাৰ বাবে বিশেষ খাদ্য; কি কি আছে খাদ্য তালিকাত?

ভাৰতত ১২ ছেপ্টেম্বৰ পৰা অনুষ্ঠিত হৈছে ১৮সংখ্যক BRICS সন্মিলন। এইবাৰ ভাৰত BRICSৰ অধ্যক্ষ দেশ হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইণ্ডোনেছিয়া, ইৰাণ...

Popular

Subscribe

spot_imgspot_img