Tag: NKTV

Browse our exclusive articles!

লক্ষ্য ২০২৪ৰ লোকসভা নিৰ্বাচন

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমতো এক প্ৰকাৰ ৰণডংকা বজালে বিজেপিয়ে। ইয়াৰে অংগ স্বৰূপে ৰাজ্যৰ এক নম্বৰ অতিথিশালা কইনাধৰাত ৰাজ্যিক বিজেপিৰ নৱ গঠিত...

আজি বিশাল কাৰ্যসূচীৰে মুকলি হ’ব ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়

তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আজি দ্বিতীয় দিন। বশিষ্ঠস্থিত ছমহলীয়া অট্টালিকাটো অতি কম দিনতে নিৰ্মাণ কৰি উলিওৱাৰ পিছত আজি বিশাল কাৰ্যসূচীৰে কাৰ্যালয়টো...

আজি মাজুলীয়ে কান্দিছে!

আজি তেজস্বিতাৰ তিলনী। নদীত অৰ্পন কৰা হ’ল দশ পিণ্ডৰ প্ৰথম ভাগ। নিজ কন্যাৰ তিলনীৰ কাম-কাজ চকুৰ আগতে প্ৰত্যক্ষ কৰিলে এজন অসহায় পিতৃয়ে। সেই কৰুণ,...

ৰনোজ পেগুৰ ডাঙৰ ঘোষণা

সৰ্বশিক্ষা বুলিয়েই পাছ নকৰে, পঞ্চম-অষ্টম শ্ৰেণীত ফেইল কৰিব শিক্ষাৰ্থীশিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ ঘোষণা https://youtu.be/B71fpUA7p40

নেপালত শোকাৱহ বাছ দুৰ্ঘটনা, ১৬ যাত্রী নিহত

নেপালৰ মাধেশ প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনাশোকাৱহ দুৰ্ঘটনাত ১৬ যাত্রী নিহত, ৩৫ যাত্রী আহতনাৰায়ণগড়ৰ পৰা বীৰগুঞ্জ অভিমুখে গৈ আছিল বাছখননিয়ন্ত্রণ হেৰুৱাই ৰাজপথৰ পৰা নৈত বাগৰি...

Popular

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...

Subscribe

spot_imgspot_img