The voice of Nepalত বিচাৰক প্ৰমোদ খৰেলে গালে জুবিনৰ গান

0 324

মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি…অসমতে নহয়, নেপালতো জনপ্ৰিয় জুবিন গাৰ্গ। The voice of Nepalত অসমৰ উপাসনা ৰিজালৰ সন্মুখত বিচাৰক প্ৰমোদ খৰেলে পৰিৱেশন কৰিলে জুবিনৰ গান।

Leave A Reply

Your email address will not be published.