অভিজিত ভট্টাচাৰ্যই লভিতা লিখিবলৈ চেষ্টা নকৰাই ভাল!

অভিজিত ভট্টাচাৰ্যই লভিতা লিখিবলৈ চেষ্টা নকৰাই ভাল। লভিতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি। ‘লভিতা’ বিতৰ্কক লৈ প্ৰথম প্ৰতিক্ৰিয়া নাট্যকাৰ, শিল্পী হিমাংশু প্ৰসাদ দাসৰ।

ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পিছত নাম সলনি কৰাৰ কথা ঘোষণা কৰিছে নাট্যকাৰ অভিজিত ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত...

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...