দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি।


ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৰ এয়া প্ৰথমটো অসম ভ্ৰমণ।
কাইলৈ আৰু ১৪ অক্টোবৰত গুৱাহাটীতে কটাব ৰাষ্ট্ৰপতিয়ে।
১৩ অক্টোবৰত আই আই টি গুৱাহাটীত।
১৪ অক্টোবৰত কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী।
দুপৰীয়া ১ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতি।
বায়ুসেনাৰ হেলিকপ্টাৰেৰে খানাপাৰালৈ আহিব ৰাষ্ট্ৰপতি মুৰ্মু।
কইনাধৰাত দুপৰীয়া আহাৰ গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে।
বিয়লি ৪.৩০ বজাত আই আই টি গুৱাহাটীত উপস্থিত হ’ব ৰাষ্ট্ৰপতি।
সন্ধিয়া ৭ বজাত ষ্টাফ কলেজত উপস্থিত হ’ব ৰাষ্ট্ৰপতি।
নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব ৰাষ্ট্ৰপতিয়ে।
পুৱা ৯.৩০ বজাত কামাখ্যা দৰ্শন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।
দিনৰ ১১ বজাত কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী।
চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় ভাৰ্চুৱেলী উদ্বোধন কৰিব ৰাষ্ট্ৰপতিয়ে।
কলাক্ষেত্ৰৰ পৰাই ভাৰ্চুৱেলী উদ্বোধন কৰিব ধুবুৰী চিকিত্সা মহাবিদ্যালয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...