বন বিভাগৰ হেমাহিৰ বাবেই মৃত্যুমুখত পৰিল তৃতীয়জনী হাতীও!

মৰিয়নীত ৰে’লৰ খুন্দাত আহত হাতীটোৰ মৃত্যু। মৃত্যুক সাবটিলে প্ৰায় ৪৮ ঘণ্টা পানীত ছটফটাই থকা হাতীটোৱে। বন বিভাগৰ হেমাহিৰ বাবেই মৃত্যুমুখত পৰিল হাতীটো। সময়মতে যাৱতীয় চিকিৎসা নাপালে আহত হাতীটোৱে। দেওবাৰে খৰিকটীয়াত ৰাজধানীএক্সপ্ৰেছৰ খুন্দাত আহত হৈছিল হাতীটো। দুদিনে ঘটনাস্থলীৰ সমীপৰ এটা জানত পৰি থাকিল হাতীটো। মঙলবাৰে সন্ধিয়া পানীৰ পৰা উঠোৱা হৈছিল হাতীটোক। হাতীটোক উদ্ধাৰ কৰি নিয়া হৈছিল গিবন অভয়াৰণ্যল

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...