কলাগুৰু কোন জ্যোতি নে বিষ্ণু? ক’ব ভূপেন বৰাই

কলাগুৰু কোন? জ্যোতিপ্ৰসাদ আগৰৱালা।

জিভা পিছলিল নেকি ভূপেন বৰাৰ? নে সঁচাকৈয়ে কলাগুৰু কোন নাজানে ভূপেন বৰাই। মন্ত্ৰী পীযূষ হাজৰিকাই শ্বেয়াৰ কৰিছে ভূপেন বৰাৰ ভাষণৰ কিয়দাংশ। ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...