গুজৰাটত অসমীয়াগিৰি! অংকুশিতা আৰু লভলীনাই জিনিলে স্বৰ্ণপদক

একেদিনাই অসমৰ ২ বক্সাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত জিনিলে স্বৰ্ণপদক। অসমৰ অলিম্পিদক পদকজয়ী লাভলীনা বৰগোহাঁইয়ে জিনিলে স্বৰ্ণপদক।

ইয়াৰ পূৰ্বে প্ৰথমটো স্বৰ্ণ উপহাৰ দিছিল অংকুশিতা বড়োৱে।

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্তিম দিনা স্বৰ্ণ উপহাৰ দিলে ২ অসম সন্তানে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...