দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা দখলৰ পিছত নাচি উঠিল টীম ইণ্ডিয়া

0 5,058

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত জয়লাভৰ পিছত টীম ইণ্ডিয়াৰ উল্লাস। তৃতীয়খন এদিনীয়াত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ২-১ত শৃংখলা দখল কৰিলে টীম ইণ্ডিয়াই। প্ৰথম দুখনত এখনকৈ মেচত জয়লাভৰ পিছত তৃতীয়খন খেলত সহজেই জয়লাভ কৰিলে ঘৰুৱা দলটোৱে।

জয়লাভৰ পিছতে ড্ৰেছিং ৰুমত নাচি উঠিল টীম ইণ্ডিয়া। প্ৰতিজন খেলুৱৈয়ে প্ৰকাশ কৰিলে আনন্দ, মচগুল হ’ল নৃত্যত।

Leave A Reply

Your email address will not be published.