ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে ব্ৰইলাৰ মাংসৰ দাম

ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে ব্ৰইলাৰ মাংসৰ দাম। ব্ৰইলাৰ মাংসৰ দাম বৃদ্ধি পাইছে প্ৰতি পষেকত ২০-৩০ টকাকৈ।

দাম বৃদ্ধিত হাহাকাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে সাধাৰণ ৰাইজৰ। বহু ব্যৱসায়ীয়ে বন্ধ কৰিছে মাংসৰ দোকান। কিয়, কেনেদৰে বৃদ্ধি পাইছে নাজানে ব্যৱসায়ীয়ে। ব্ৰইলাৰ মাংসৰ ছিণ্ডিকেট চলাৰ অভিযোগ একাংশৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...