PFI নেতাক সাক্ষাৎ কৰিবলৈ বৰপেটাৰ জে’লত শ্বেৰমান আলী

কাৰাগাৰত থকা PFI নেতাক সাক্ষাৎ কৰিবলৈ বৰপেটাৰ জে’লত শ্বেৰমান। নিষিদ্ধ ঘোষিত সংগঠনৰ নেতাক সাক্ষাৎ কৰাৰ চেষ্টা। PFI নেতাক সাক্ষাৎ কৰিবলৈ গৈ বিমুখ শ্বেৰমান আলী। দেওবাৰে আবেলি সাক্ষাৎ কৰিবলৈ গৈছিল PFI নেতাক।

বৰপেটাৰ পৰা আলুপটিৰ পৰা গ্ৰেপ্তাৰ হোৱা আছিক ইকবালক সাক্ষাতৰ চেষ্টা। দেওবাৰে কাৰাবন্দীক সাক্ষাতৰ নিয়ম নথকা বাবে ঘূৰি আহিল বিধায়ক শ্বেৰমান আলী। নিষিদ্ধ ঘোষিত সংগঠনৰ নেতাক সাক্ষাৎ কৰিবলৈ যোৱাৰ কথা পোহৰলৈ অহাৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ।...

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...