Tag: NKTV News

Browse our exclusive articles!

DDMA বৈঠকত ডাঙৰ সিদ্ধান্ত!

দেশৰ ৰাজধানী দিল্লীৰ বাসিন্দাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। কিয়নো এতিয়াৰে পৰা নতুন দিল্লীৰ লোক সকলে পৰিধান নকৰিলেও হ'ব মাস্ক। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা DDMA এক...

আন এক কামৰ বাবে প্ৰশংসাৰে উপচি পৰিছে অভিনেতা অনুপম খেৰ!

"THE KASHMIR FILES"ৰ সফলতাৰ পাছত আন এক প্ৰশংসাৰে উপচি পৰিছে অভিনেতা অনুপম খেৰ । 'দ্য কাশ্মীৰি ফাইলছ' ফলতাৰ মাজতে পুনৰ আকৌ চৰ্চাত আহিছে অভিনেতাজন...

১ এপ্ৰিলৰ পৰা প্ৰচণ্ড গৰমে দহিব দেশক, এইকেইখন ৰাজ্যত হ’ব উৎকট গৰম!

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সৰ্তকবাণী জাৰি কৰিছে । ১ এপ্ৰিলৰ পৰা উত্তৰ-পশ্চিম, মধ্য আৰু পশ্চিম ভাৰতত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ।...

‘বুল্লি বাই’ এপৰ সৃষ্টিকৰ্তা নিৰজ বিষ্ণইৰ জামিন মঞ্জুৰ

‘বুল্লি বাই’ এপৰ সৃষ্টিকৰ্তা নিৰজ বিষ্ণইৰ জামিন মঞ্জুৰ‘ছুল্লি ডীলছ’ এপৰ ওমকাৰেশ্বৰ ঠাকুৰৰো জামিন মঞ্জুৰমানৱীয়তাৰ ভিত্তিত জামিন লাভ দুই অভিযুক্তৰসোমবাৰে দিল্লী ন্যায়ালয়ে মঞ্জুৰৰ কৰে দুয়োৰে...

গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলামেঘালয় সীমান্তৰ চৰকপাৰাত হাতীৰ গচকত প্ৰাণ গ’ল এগৰাকী মহিলাৰনিহত মহিলাগৰাকীৰ নাম চেনিথা ৰাভা

Popular

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...

Subscribe

spot_imgspot_img