Tag: News

Browse our exclusive articles!

চীনৰ সামগ্ৰী ব্যৱহাৰ কৰি ডুবিছে ৰুছিয়া

✒️ অচিন্ত্য শৰ্মা ইউক্ৰেইনৰ মাটিত কাৰ্যতঃ থমকি ৰৈছে ভ্লাদিমিৰ পুটিনৰ বিজয় ৰথ। অভাৱণীয়ভাবে মন্থৰিত হৈ পৰিছে অগ্ৰৱৰ্তী ৰুছ সেনাৰ গতি আৰু দ্ৰুতি। এক প্ৰকাৰ সমগ্ৰ...

পুনৰ বিতৰ্ক, নিষিদ্ধ হ’ল ‘দ্য কাশ্মীৰ ফাইলছ’!

পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ কাহিনীকলৈ নিৰ্মাণ কৰা হিন্দী ছবি 'দ্যা কাশ্মীৰ ফাইলছ'ৰ মুক্তি ছিংগাপুৰত নিষিদ্ধ ঘোষণা কৰা হৈছে। সংস্কৃতি, সম্প্ৰদায়,...

অৰ্থনৈতিক সংকটৰ মাজতে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাৰ পদত্যাগ

স্বাধীনতাৰ পিছত দেশখনে দেখা আটাইতকৈ বেয়া অৰ্থনেতিক সংকটৰ সময়তে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাই পদত্যাগ কৰিছে। লগতে শ্ৰীলংকাৰ স্বাস্থ্য মন্ত্ৰী অধ্যাপক চান্না জয়সুমানাইও তেওঁৰ পদত্যাগ...

ৰাজ্যত পুনৰ ডাইনী বুলি মহিলাক নৃশংস হত্যা

অন্ধবিশ্বাৰ পৰা মুক্ত হোৱা নাই অসমৰ সমাজৰাজ্যত পুনৰ ডাইনী বুলি মহিলাক নৃশংস হত্যাগোসাঁইগাঁৱৰ মোহনপুৰ গাঁৱত চাঞ্চল্যকৰ ঘটনানিহত মহিলাগৰাকী ৪৫ বছৰীয়া অঞ্জলী মুৰ্মুহত্যাৰ অভিযোগত ৩জনক...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ– উন্নত পৰিৱেশ৷ ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে৷ কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতান্তৰৰ সম্ভাৱনা৷ যাত্রা শুভ৷ যাত্রা বা শুভ কাম কৰোঁতে...

Popular

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...

ইৰাণৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী মেহৰদাদ আখলাঘীৰ হুংকাৰ! আমেৰিকাক দিলে সকীয়নি, আক্ৰমণ কৰিলে হ’ব ‘বিপুল ক্ষতি’

আমেৰিকা-ইজৰাইলৰ আক্ৰমণত পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী নিহত হোৱাৰ পিছত দায়িত্ব...

Subscribe

spot_imgspot_img