ONGCৰ গেছ পৰিবাহী পাইপত বৃহৎ ফাঁট

শিৱসাগৰত অঘটন। ONGCৰ গেছ পৰিবাহী পাইপত বৃহৎ ফাঁট। বলিয়াঘাটত সংঘটিত হৈছে এই অঘটন। ঘটনাত আতংকিত ওচৰ-চুবুৰীয়া ৰাইজ।

দু্ৰ্ঘটনাত আতংকিত ৬ গৰাকী মহিলাক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । ONGCৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। জয়সাগৰ আৰক্ষীও উপস্থিত হৈ পৰ্যবেক্ষণ কৰে ঘটনাস্থলী। স্থানীয় ৰাইজক প্ৰজ্বলক, ইন্ধন নজ্বলাবলৈ অনুৰোধ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...