Tag: News

Browse our exclusive articles!

শুভ্ৰ বৰফৰ মাজত যোগ সাধনা কৰা কোন এইজন যোগী? ক’ত কৰিছে এই যোগ সাধনা?

শেহতীয়াকৈ এটা ভাইৰেল ভিডিঅ’ক লৈ বিশ্বজুৰি অব্যাহত আছে চৰ্চা। য’ত দেখা গৈছিল তুষাৰাবৃত হিমালয়ত এজন যোগীৰ যোগ সাধনা। বৰফৰ আস্বাদনৰ মাজত গভীৰ ধ্যানত মগ্ন...

চাইকেলেৰে অযোধ্যালৈ যাত্ৰা অসমৰ ছাত্ৰৰ

২২ জানুৱাৰীত মুকলি কৰা হ'ল অযোধ্যাৰ ৰাম মন্দিৰ। অযোধ্যাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামলালাক প্ৰতিষ্ঠা কৰাৰ পাছতে বিভিন্নজন গৈছে অযোধ্যালৈ। সমান্তৰালভাৱে অসমৰ পৰাও গৈছে...

গুজৰাটত সুদৰ্শন সেতু মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

গুজৰাটত সুদৰ্শন সেতু মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ দীৰ্ঘতম ‘কেবল ব্ৰীজ’ ২.৩ কিঃমিঃ দৈৰ্ঘৰ এই সুদৰ্শন সেতু। দ্বাৰকা দ্বীপৰ সৈতে ওখাক সংযোগ কৰিছে...

মানিকপুৰৰ পৰা নিৰুদ্দেশ হোৱা তিনি ছাত্ৰক গুৱাহাটীত উদ্ধাৰ

মানিকপুৰৰ পৰা নিৰুদ্দিষ্ট হোৱা তিনি ছাত্ৰক উদ্ধাৰ। মানিকপুৰ আৰক্ষীয়ে মোবাইল লোকেচন ট্ৰেছ কৰাৰ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল। পৰৱৰ্তী সময়ত গুৱাহাটীত উদ্ধাৰ কৰা...

বঙাইগাঁৱৰ এখন বিদ্যালয়ৰ পৰা অপহৰণ ৩ ছাত্ৰক!

বঙাইগাঁৱৰ মাণিকপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অপহৰণ কৰা হৈছে ৩ জনকৈ ছাত্ৰক।সোণাইকোলাক এখন বিদ্যালয়ৰ পৰা ৩ ছাত্ৰক অপহৰণ। ছাত্ৰাবাসৰ পৰা অপহৰণ মেট্ৰিকৰ পৰীক্ষাৰ্থীসহ...

Popular

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...

মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতি; বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা, প্ৰায় ৪০টা ঘৰত অগ্নি সংযোগ

মণিপুৰৰ পাহাৰীয়া জিলাসমূহত পুনৰ হিংসাত্মক ঘটনা ২৩ ছেপ্টেম্বৰত তামেংলং...

Subscribe

spot_imgspot_img