মহানগৰীৰ ৰাজপথত শেষ হৈ গ’ল ২টাকৈ জীৱন

নিশা মহানগৰীৰ লাষ্টগেটৰ উৰণ সেতুত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী। আহত এগৰাকী যুৱতীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছিল যদিও মৃত্যু হয় যুৱতীগৰাকীৰ। নিহত বাইক আৰোহী যুৱকজনৰ নাম ৰঞ্জিত ৰাজবংশী। নলবাৰীত ঘৰ নিহত বাইক আৰোহী ৰঞ্জিতৰ। ৰেপিড’ চলাই জীৱন নিৰ্বাহ কৰিছিল যুৱকজনে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 01BU 7601. আনফালে বৰ্তমানেও উদ্ধাৰ হোৱা নাই নিহত যুৱতীগৰাকীৰ পৰিচয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...