Tag: News

Browse our exclusive articles!

ভয়ংকৰ বিমান দুৰ্ঘটনা, মৃত্যু ১৪জনৰ

এইবাৰ পোহৰলৈ আহিছে এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ খবৰ। যিটো দুৰ্ঘটনাত মৃত্যু হৈছে ১২জনকৈ লোকৰ। এই বিমান দুৰ্ঘটনা সংঘটিত হৈছে ব্ৰাজিলত। ব্ৰাজিলৰ আমাজন অৰণ্যত সংঘটিত হৈছে...

২৪ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা সকলো শিক্ষানুষ্ঠান

এইবাৰ ২৪ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান। মাৰাত্মক নিপা ভাইৰাছৰ সংক্ৰমণে কেৰালাৰ লগতে দেশৰ জনস্বাস্থ্যৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। কেৰালাত বৰ্তমানলৈ ৬...

শেৱালিৰ ঔষধি গুণসমূহৰ বিষয়ে জানেনে?

আহিনৰ আচলত ধৰি ধৰাৰ বুকুলৈ আকৌ আহিল শৰৎ। শৰৎ অহাৰ বতৰা লৈ আকৌ ফুলি উঠিল শেৱালি ফুল। শৰতৰ আগমনত প্ৰস্ফুতিত হোৱা শেৱালি আৰু ইয়াৰ...

ৰে’লৰ পাছফালে ‘X’ চিহ্নটো কিয় থাকে জানেনে?

আপুনিও নিশ্চয় জীৱনত এবাৰ হলেও ৰে'লেৰে যাত্ৰা কৰিছে। আপুনিও হয়তো ৰে'লৰ পাছফালে থকা 'X' চিহ্নটো দেখিছে। কিন্তু আপুনি বাৰু জানেনে ৰে'লৰ পাছফালে 'X' চিহ্নটো...

হিংসাজৰ্জৰ মণিপুৰৰ পৰা আছাম ৰাইফলছক অপসাৰণৰ দাবী

হিংসাজৰ্জৰ মণিপুৰৰ পৰা আছাম ৰাইফলছক অপসাৰণৰ দাবীপ্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এই দাবী মেইটেই সংগঠন COCOMIৰবিগত গোষ্ঠীসংঘৰ্ষত আছাম ৰাইফলছে পক্ষপাতিত্ব কৰাৰ অভিযোগবিপৰীতে মণিপুৰৰ...

Popular

‘টকাৰ দুৰ্বলতাই অৰ্থনীতিৰ কোনো ক্ষতি কৰা নাই’; কিয় এই বছৰ টকা চাপত পৰিছে?

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ মতে শেহতীয়াকৈ টকাৰ...

ইংৰাজসকলে কিয় মদ্যপান কৰিবলৈ এৰিছে?

মুছলমান দেশ ছৌদি আৰৱত সুৰাৰ বিপণী পুনৰ খোলা হৈছে,...

Subscribe

spot_imgspot_img