ঘৰৰ পৰা ওলালে ছাতি ল’বলৈ একদম নাপাহৰিব!

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আগন্তুক ৫ দিনলৈ ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰে পৰা অহা ২৪ ছেপ্টেম্বৰলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যৰো কিছু কিছু ঠাইত জাৰি কৰিছে YELLOW সংকেত।

বে’ অফ বেংগল সাগৰ পৃষ্ঠৰ পৰা ৭.৬ কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহা প্ৰভাৱৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আগন্তুক ৫ দিনলৈ বৃদ্ধি পাব বৰষুণৰ হাৰ। বিভিন্ন স্থানত মধ্যমীয়া বৰষুণ হোৱাৰ উপৰিও কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰ লগতে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

এই আগজাননী সদৰী কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...