Tag: News

Browse our exclusive articles!

কাইলৈ গুৱাহাটীত বীৰ লাচিত দিৱসৰ বিস্তৃত কাৰ্যসূচী, চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন

গুৱাহাটী লাচিত সংঘৰ উদ্যোগত ২৪ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন...

এছিয়াৰ শক্তিশালী দেশৰ তালিকাত তৃতীয় স্থান লাভ ভাৰতৰ, দ্বিতীয় প্ৰভাৱশালী নেতা নৰেন্দ্ৰ মোদী

এছিয়াৰ শক্তিশালী দেশসমূহৰ তালিকাত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম...

বিদ্যালয়ত নাচি নাচি চুৰি কৰিলে চোৰে

ভাতখোৱা নাইবা কাঁহী-বাটি ধুই লৈ যোৱা চোৰ নহয়। এইবাৰ ওলাইছে নাচি নাচি চুৰি কৰা চোৰ। বঙাইগাঁও জিলাৰ অভয়াপুৰী ইকৰাবাৰী বীনাপানি হাইস্কুলত নাচি নাচি চুৰি...

জোতা, মোজাতেই নহয় গেঞ্জিৰ ভিতৰতো নিলে জাপে জাপে নকল

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয়টো দিন। দ্বিতীয় দিনটোত বিলাসীপাৰাৰ পৰীক্ষাকেন্দ্ৰত জাপে জাপে ওলাইছে নকল। বৰকান্দা পিপলচ একাডেমীৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশদ্বাৰৰ তালাচীত পৰীক্ষাৰ্থীৰ জেপৰ পৰা...

মোবাইল চাই পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে চাই চাই লিখিলে উত্তৰ, শিক্ষকে বাধা দিয়াৰ পৰিৱৰ্তে ক'লে, 'ভালকৈ লিখ…' তামুলপুৰত পৰীক্ষাৰ নামত চূড়ান্ত অনিয়ম। মোবাইল চাই পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে।...

পুনৰ অনুভূত ভূমিকম্প

পুৱাই ৰাজধানী দিল্লীত অনুভূত ভূমিকম্প পুৱা ৫.৩৬ বজাত দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত অনুভূত হয় ভূমিকম্প ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.০

গুৱাহাটীত কে কে আৰ, চি এছ কেৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে

ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ৰ ঘৰুৱা মেচৰ আৰম্ভনি গুৱাহাটীৰ পৰাই কৰিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬...

Popular

কাইলৈ গুৱাহাটীত বীৰ লাচিত দিৱসৰ বিস্তৃত কাৰ্যসূচী, চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন

গুৱাহাটী লাচিত সংঘৰ উদ্যোগত ২৪ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন...

এছিয়াৰ শক্তিশালী দেশৰ তালিকাত তৃতীয় স্থান লাভ ভাৰতৰ, দ্বিতীয় প্ৰভাৱশালী নেতা নৰেন্দ্ৰ মোদী

এছিয়াৰ শক্তিশালী দেশসমূহৰ তালিকাত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম...

৬টা দশকৰ সংগ্ৰাম আৰু ঐতিহ্যৰ স্মৃতিৰে আছুৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ, উন্মোচন বিশেষ ল’গ’

অসমৰ ছাত্ৰ আন্দোলনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে পৰিচিত...
spot_imgspot_img