জোতা, মোজাতেই নহয় গেঞ্জিৰ ভিতৰতো নিলে জাপে জাপে নকল

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয়টো দিন। দ্বিতীয় দিনটোত বিলাসীপাৰাৰ পৰীক্ষাকেন্দ্ৰত জাপে জাপে ওলাইছে নকল।

বৰকান্দা পিপলচ একাডেমীৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশদ্বাৰৰ তালাচীত পৰীক্ষাৰ্থীৰ জেপৰ পৰা ওলাল নকল।

জোতা-মোজা-জেকেটৰ পৰা দ’মে দ’মে ওলাইছে নকল।

আনফালে শিলবাৰী পাব্লিক হাইস্কুলতো তালাচীত ওলাইছে নকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বকাপৰ মাজতে পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যু! নেদাৰলেণ্ডৰ ক’ডি গাকপোৱে শোকৰ মাজতে খেলিছে বিশ্বকাপ ফুটবল

বিশ্বকাপৰ মাজভাগত দুঃখবৰ। পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যুৰ শোকৰ সৈতে...

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...