মোবাইল চাই পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে চাই চাই লিখিলে উত্তৰ, শিক্ষকে বাধা দিয়াৰ পৰিৱৰ্তে ক’লে, ‘ভালকৈ লিখ…’

তামুলপুৰত পৰীক্ষাৰ নামত চূড়ান্ত অনিয়ম। মোবাইল চাই পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই ঘটনা। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছিল পৰীক্ষা। কাৰিকৰী শাখাৰ চূড়ান্ত পৰীক্ষাত নিৰীক্ষকৰ সন্মুখতে পৰীক্ষাৰ্থীৰ এই কাৰ্য। মোবাইল চাই পৰীক্ষা দিয়াৰ ভিডিঅ’ ভাইৰেল৷ পৰীক্ষাত কেন্দ্ৰত মোবাইল নিষিদ্ধ থকাৰ পিছতো কেনেদৰে নিলে মোবাইল? এই কাৰ্যৰ পিছতে তামুলপুৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Popular

More like this
Related

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ধেমাজি, ভেড়গাও, মাকুম, নগাঁৱৰ জয়

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা...

ছিনিয়ৰ মহিলা বক্সিং আৰম্ভ

গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাথিক ক্ৰীড়া প্ৰকল্পত আজিৰে...

২২ মাৰ্চৰ পৰা চিটী চেণ্টাৰত অফলাইন টিকট

গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ অনুৰোধ ৰক্ষা কৰি ৰাজস্থান ৰয়েলছে ২২ মাৰ্চৰ...