Tag: News

Browse our exclusive articles!

বাৰিষাৰ পূৰ্বেই কালৰূপ ধাৰণ নৈ-উপনৈৰ

আগ বাৰিষাৰ ভৰ বান অব্যাহততাণ্ডৱ অপৰিৱৰ্তিত ভৰা নৈৰৰাইজে ভুগিছে যমৰ যাতনাঅহৰ্নিশে খাদ্য সংকট, নাটনি খোৱা পানীৰো ব্যৱস্থা ফেনে ফুটুকাৰে নৈখন দেখিলে এনে লাগে যেন এয়া...

শোকাৱহ! গাড়ীৰ ভিতৰতে জীৱন্তে জ্বলি ছাই হ’ল যুৱক

ৰাজপথসমূহত যেন কালিকাহে লাগিছে। দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ ভয়ংকৰ দুৰ্ঘটনা। প্ৰাণ হেৰুৱাইছে বহুজনে, চিৰদিনৰ বাবে ঘূণীয়া হৈছে বহুজন। তাৰ মাজতে এক ভয়ংকৰ...

বেচবলৰ দেশত ক্ৰিকেটৰ গৰ্জন

বেচবলৰ দেশত ক্ৰিকেটৰ গৰ্জনআমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ T-20 বিশ্বকাপউদ্বোধনী মেচত আমেৰিকাৰ হাতত বিধ্বস্ত কানাডা লেব্ৰন জেমছ, মাইকেল জৰ্ডান, উইলি মেছ, বেৰী বণ্ডছ। এইসকল খেলুৱৈ যেন যুক্তৰাষ্ট্ৰৰত...

ঢকুৱাখনাত চাঞ্চল্যকৰ ঘটনা

ঢকুৱাখনাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ এখন চুমণিৰ মাজত উদ্ধাৰ কৰা হৈছে এটা অর্ধদগ্ধ মৃতদেহ। অর্ধদগ্ধ মৃতদেহটো সুনীল গগৈ নামৰ...

কন্যাকুমাৰীত ধ্যানত বহিছে প্ৰধানমন্ত্ৰী মোদী

কন্যাকুমাৰীত ধ্যানত বহিছে প্ৰধানমন্ত্ৰী মোদী। নিৰ্বাচনী ব্যস্ততাৰ শেষত বিবেকানন্দ শৈল স্মাৰকত ধ্যানত বহিছে প্ৰধানমন্ত্ৰীয়ে। শেষ পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ পিছতে ধ্যান ভংগ কৰিব প্ৰধানমন্ত্ৰীয়ে।...

Popular

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

Subscribe

spot_imgspot_img