Tag: News

Browse our exclusive articles!

আৰক্ষীৰ এনকাউণ্টাৰেও ৰুধিব পৰা নাই অপৰাধ!

ইনষ্টেণ্ট জাষ্টিছৰ নামত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে, এনকাউণ্টাৰত মৰিছেও অপৰাধী। কিন্তু তথাপিও অপৰাধ কৰিম বোলা দুৰ্বৃত্তই কৰিয়েই গৈছে ইটোৰ পিছত সিটো নৃশ্ংস কাণ্ড। এইবাৰ চাবুৱাৰ...

১,২০০ উচ্ছেদিত পৰিয়ালক চৰকাৰে ক’ত দিব সংস্থাপন?

শিলাসাঁকো আৰু প্ৰতিবাদ। এই দুয়োটা যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। অৱশেষত আহিছে সকাহৰ খবৰ। শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ, পুনঃসংস্থাপন দিব চৰকাৰে। আঢ়ৈ বছৰৰ পাছত উচ্ছেদিত...

মন্দিৰৰ চৌহদতে ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড নৰাধমৰ!

ৰাজ্যত-দেশত যেন এতিয়া সুৰক্ষিত নহয় নাৰী! দেৱীক পূজা কৰা দেশখনত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাবোৰে তাকেই যেন প্ৰমাণ কৰিছে। এইবাৰ গোলকগঞ্জত সংঘটিত হৈছে জঘন্য ধৰ্ষণৰ...

ৰাজ্যত যুৱতী-নাৰীৰ সুৰক্ষা এতিয়া শূন্য!

দিল্লীৰ নিৰ্ভয়াই হওক, কলকাতাৰ অভয়াই হওক, নামবিহীনা কোনোবা নিৰ্যাতিতাই হওক ধিঙৰ। দেশ-ৰাজ্য, সুগম-দুৰ্গম সকলো অঞ্চলতে আজি নাৰীৰ সুৰক্ষা শূন্য। নহ'লেনো এটা সুসংবদ্ধ ন্যায় ব্যৱস্থা...

ধৰালৈ আকৌ আহিছে শৰৎ

এয়া যেন শৰতৰ আগমনৰ সময়। দুৱৰি দলিচাত নিয়ৰৰ মুকুতা সানি চৌদিশে বিয়পি পৰিছে শৰৎ আগমনৰ সুবাস। শুভ্ৰ আঁচল উৰুৱাই ফুলিছে নৈৰ পাৰৰ কঁহুৱা। শুকুলা...

Popular

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...

Subscribe

spot_imgspot_img