মাতৃ আৰু অবৈধ প্ৰেমিকে মিলি হত্যা কৰিলে শিশুক

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে মহানগৰী। মাতৃ আৰু অবৈধ প্ৰেমিকে মিলি হত্যা কৰিলে শিশুক। বশিষ্ঠত ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ হৈছিল মৃন্ময় ৰাজবংশী নামৰ শিশুটিৰ মৃতদেহ। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনা। আৰক্ষীৰ জেৰাত হত্যাৰ কথা স্বীকাৰ মাতৃ-অবৈধ প্ৰেমিকৰ। হত্যা কৰি বশিষ্ঠৰ নিৰ্জন স্থানত পেলাই থৈ গৈছিল বেগটো। হেম ভাই আশ্ৰমৰ চৌহদৰ সমীপত উদ্ধাৰ মৃতদেহটো। দীপালী ৰাজবংশী আৰু পৰকীয়া প্ৰেমিক জ্যোতিৰ্ময় হালৈক আটক আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...