Tag: India

Browse our exclusive articles!

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদত নিযুক্তি লাভ ড০ বৰ্ণালী ডেকাৰ

অসমৰ প্ৰশাসনিক ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰি ড০ বৰ্ণালী ডেকা ভাৰত চৰকাৰৰ যুটীয়া সচিব পদত নিযুক্তিৰ বাবে পেনেলভুক্ত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা...

হাতীটোৱে নাচি থকা নাই… হয়তো নীৰৱে সহায় বিচাৰিছে!

হাতী এটাৰ শুঁৰ ইফালে-সিফালে দুলি আছে। মূৰটো একে ছন্দত আগ-পিছ কৰি আছে। শৰীৰটোও বাৰে বাৰে সোঁফালৰ পৰা বাঁওফাললৈ দুলি গৈছে। দূৰৰ পৰা দৃশ্যটো দেখিলে হয়তো...

নেপালত সন্ধানহীন অসমৰ ৩ যুৱক

✒️ মুন গোস্বামী ৩ দিনে পৰিয়াল, বন্ধু বৰ্গৰ সৈতে হোৱা নাই কোনো যোগাযোগপাহাৰৰ ওপৰলৈ দৌৰী নিজৰ প্ৰাণৰক্ষা কৰিছিল অসমৰ আন এজন যুৱকে প্ৰলয়ংকৰী বানৰ পিছত নেপালত...

২৫ বছৰ সম্পূৰ্ণ হ’ব 9/11 আক্ৰমণৰ: কিয় আজিও বিচাৰলৈ অহা নাই খালিদ শ্বেখ মহম্মদ?

২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত 9/11 আক্ৰমণৰ ২৫ বছৰ সম্পূৰ্ণ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন। চাৰিখন বিমান, চাৰিটা লক্ষ্যAmerican Airlines Flight 11 আৰু United...

কিয় বিধ্বংসী বানৰ পাছতো বিদেশৰ সহায় নাকচ কৰিলে নেপালে? নিজা বাহিনীৰ ওপৰতেই শেষ ভৰসা নেকি?

চীন সীমান্তৱৰ্তী অঞ্চলত বিধ্বংসী আকস্মিক বানৰ পাছত নেপালে ভাৰত, চীন, আমেৰিকা, ব্ৰিটেইন, জাপান, দক্ষিণ কোৰিয়া, শ্ৰীলংকা আৰু বাংলাদেশৰ উদ্ধাৰকাৰী দল পঠোৱাৰ প্ৰস্তাৱ নাকচ কৰিছে। নেপালৰ...

Popular

Subscribe

spot_imgspot_img