Tag: India

Browse our exclusive articles!

২৬ জুলাই: ভাৰতীয় সেনাৰ সাহস আৰু ত্যাগৰ গৌৰৱৰ দিন

আজি ২৬ জুলাই, দেশজুৰি উদযাপিত হ’ব কাৰ্গিল বিজয় দিৱস, যি দিনটো ভাৰতীয় সেনাই ১৯৯৯ চনত কাৰ্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল। দেশৰ বিভিন্ন...

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান ষ্টেচনত ৰে’লৰ পৰা পিছলি মৃত্যু আনন্দ বৈদ্য নামৰ লোকজনৰ। পত্নী–কন্যাৰ সৈতে ঝাৰখণ্ডলৈ গৈছিল আনন্দ বৈদ্য...

মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক। লিওনাৰ্ডো দ্যা ভিঞ্চিৰ মনালিছাৰ সৈতেও তুলনা কুম্ভমেলাৰ মনালিছাক। আজিকালি মনালিছা কৰবালৈ গলেই ভিৰ হয় অনুৰাগীৰ।...

‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখানচিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ একশ্যন ছবিৰ শ্বুটিঙৰ মাজতে ঘটিল অঘটন। শ্বাহৰুক খানৰ আপ কামিং ছবি কিঙৰ শ্বুটিঙৰ সময়তে অহত হ’ল বলিউডৰ বাদশ্বাহ...

পকী দলং ভাগি নৈত পৰিল এখনৰ পিছত আনখন গাড়ী

গুজৰাটত পুনৰ সেতু বিপৰ্যয়। পকী দলং ভাগি নৈত পৰিল এখনৰ পিছত আনখন গাড়ী। কেউকাষে লাগিল হৈ চৈ। নিহত ৯, আহত অনেক। উদ্ধাৰ অভিযানত নামিল...

Popular

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

Subscribe

spot_imgspot_img