Tag: Assam news

Browse our exclusive articles!

আলফা সদস্য মানস সঁচাকৈয়ে আৰক্ষীৰ চোৰাংচোৱা নেকি?

গুৱাহাটীৰ বেলতলাৰ ৰয়েল এনক্লেভৰ এটা ফ্লেটত চলিছিল আলফা (স্বাঃ)লৈ যোৱা অসম আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্ট মানস বৰগোঁহাইৰ প্ৰশিক্ষণ। তোমালোকে মোক পাহৰিলা বুলি একেলগে প্ৰশিক্ষণ...

গৰু চুৰিৰ সন্দেহত ৪ যুৱকক গণপ্ৰহাৰ

নলবাৰীৰ দোকোহাত পুৱতি নিশা ভয়ংকৰ কাণ্ডGMCHত জীৱন মৃত্যৰে যুঁজিছে চাৰিজন যুৱকে ৰাজ্যৰ গাঞে-ভূঞে এটা ভয়ংকৰ প্ৰৱণতাই গা কৰি উঠিছে। আইন হাতত তুলি লোৱাৰ প্ৰৱণতা। কাৰোবাৰ...

যোৰহাট নে নগাঁৱত ভোটযুদ্ধত নামিব সাংসদ গৌৰৱ?

লাহে লাহে শাসক-বিৰোধীৰ চক্ৰবেহুত তৰুণ তনয়গৌৰৱ গগৈক ওফৰাবলৈ ইখনৰ পাছত সিখন ব্লুপ্ৰিণ্টয’ত নিৰ্বাচন খেলিব তাতেই হৰুৱাবলৈ জটিল ভোটৰ অংককংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ দুঠাইত গৌৰৱ গগৈৰ...

অতি শীঘ্ৰে প্ৰযোজ্য হ’ব CAA

বিতৰ্কৰ মাজতে CAA কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰৰ তৎপৰতাবাজেট অধিবেশনতে CAAৰ ধাৰা উত্থাপনৰ পৰিকল্পনা!সংসদীয় অনুমোদন পালেই ‘গেজেট নটিফিকেশ্যন’ নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ CAAৰ নাম আহিলেই জ্বলি...

সাৱধান! ৰাজ্যত পুনৰ ওলাইছে মুন্না ভাই MBBS ৰূপী চিকিৎসক

ৰাজ্যত পুনৰ ওলাইছে মুন্না ভাই MBBS। এইবাৰ কৰিমগঞ্জৰ গ্ৰামাঞ্চলত ভুৱা চিকিৎসক। পাইকাৰী ঔষধ বিক্ৰীৰ লাইচেন্সৰ জৰিয়তে ৰাইজৰ জীৱনক লৈ হেতালি। আশুতোষ ৰায় নামৰ লোক...

Popular

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

Subscribe

spot_imgspot_img