Tag: Assam news

Browse our exclusive articles!

বানত বুৰিছে ব্ৰহ্মপুত্ৰ-বৰাক

ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ বৰাকসংহাৰী ৰূপ লৈছে নৈ-উপনৈৰ জলাধাৰাইপ্ৰান্তে প্ৰান্তে ছিঙিছে মথাউৰি,ঠায়ে ঠায়ে খহিছে গঢ়াজন হানি, ধন হানি- জনতাৰ হাহাকাৰ পাৰাপাৰহীন পানীৰ এই দৃশ্য অসমৰ বিভিন্ন...

একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু

বৃহস্পতিবাৰৰ বিয়লি বৰপেটাৰোডৰ বালাভিটাত ঘটি গ’ল অনাকাংক্ষিত ঘটনা। একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু। সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ কাৰণ...

ছয়গাঁৱত চাৰি বন্ধুৰ হাতত প্ৰাণ গ’ল এজনৰ

দক্ষিণ কামৰূপৰ ছয়গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চাৰি বন্ধুৰ হাতত প্ৰাণ গ'ল এজন যুৱকৰ। মৃত যুৱকজনৰ নাম গৌতম কলিতা। ছয়গাঁৱৰ বালাগাঁৱত সংঘটিত হৈছে...

অসমতো ঘূৰ্ণী বতাহ ৰিমালৰ প্ৰভাৱ

অসমতো ঘূৰ্ণী বতাহ ৰিমালৰ প্ৰভাৱ। ৰাজ্যত ঠায়ে ঠায়ে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট, ৰে’ড এলাৰ্ট। প্ৰৱল বৃষ্টিপাতৰ বাবে বহু ঠাইতে জাৰি কৰা হৈছে ৰে’ড...

অসম কন্যাৰ গৌৰৱময় সফলতাই নৱজাগৰণ আনিলে ভাৰতীয় টাইকোৱানড’ জগতলৈ

নতুন দিল্লী, ২৬ মে’ : ভিয়েটনামত অনুষ্ঠিত এছিয়ান টাইকোৱানড’ প্ৰতিযোগিতাত পদক জয়ৰে ইতিহাস গঢ়া অসম কন্যা ৰ’দালি বৰুৱাৰ পৰৱৰ্তী লক্ষ্য হ’ল অহা বছৰ হ’বলগা...

Popular

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

Subscribe

spot_imgspot_img