গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। লখৰাৰ নামঘৰ পথত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ। মৃত যুৱতীগৰাকী বিশ্বনাথ চাৰিআলিৰ এনিশা ছেত্ৰী। গুৱাহাটীৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিল যুৱতীগৰাকী। ভগ্নীৰ সৈতে মহানগৰীৰ ভাৰাঘৰত আছিল ছাত্ৰীগৰাকী। কিছুদিন ধৰি মানসিক অশান্তিত আছিল যুৱতীগৰাকী। বশিষ্ঠ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...