কাছাৰত বৃদ্ধি পাইছে ছোৱাইন ফ্লুৰ সংক্ৰমণ

কাছাৰত বৃদ্ধি পাইছে ছোৱাইন ফ্লুৰ সংক্ৰমণ। হাইলাকান্দিত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ শিশুৰ মৃত্য।
মৃত্যু হোৱা ডেৰ বছৰীয়া শিশুটিৰ নাম ফাৰহানা খানম। ছোৱাইন ফ্লুক লৈ চাঞ্চ্যলৰ সৃষ্টি হৈছে হাইলাকান্দিত। ছোৱাইন ফ্লুৰ বাবে জিলাখনত জাৰি কৰা হৈছে হাই এলাৰ্ট। কাছাৰত ৩ শিশুসহ ৪জন আক্ৰান্ত ছোৱাইন ফ্লুত। সম্প্ৰতি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আক্ৰান্তসকল। ৩, ৪ আৰু ৫ মহীয়া শিশু ছোৱাইন ফ্লুত আক্ৰান্ত হৈ চিকিৎসাধীন। অৱশ্যে ছোৱাইন ফ্লুক লৈ আতংকিত হোৱাৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই বুলি প্ৰকাশ স্বাস্থ্যবিভাগৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ইতিহাসৰ সৰ্ববৃহৎ ভিছা বাতিলৰ প্ৰস্তুতি, লক্ষ্য ২ লাখ বিদেশী নাগৰিক

ড’নাল্ড ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ ইতিহাসত সৰ্ববৃহৎ গণ-ভিছা বাতিলৰ প্ৰস্তুতি...

দেশীয় প্ৰতিৰক্ষা উৎপাদনক প্ৰসাৰ: DRDOৰ ক্ষেপণাস্ত্ৰ প্ৰযুক্তি হস্তান্তৰত চৰকাৰৰ অনুমোদন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ ভিতৰতে উৎপাদন বৃদ্ধি কৰাৰ...

ভাৰত-চীন সীমা বিবাদৰ সমাধান বিচাৰি চীনত ডোভাল, ৱাং য়ীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

ভাৰত-চীন সীমা বিবাদৰ সমাধান আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক...

জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ প’ষ্টাৰ উন্মোচন

এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় বিষয়বস্তুক লৈ নিৰ্মাণ কৰা নতুন...