মিঠাই খাওতে ল’ব লগা সাৱধানতা

মিঠাই আমাৰ বহুতৰে প্ৰিয়। মিঠাই খোৱাৰ পিছত পানী খোৱাটো সাধাৰণ কথা। কিন্তু মিঠাই খোৱাৰ ক্ষন্তেক পিছতে পানী খোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। মিঠাই আৰু পানী সমানে খালে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। মিঠাইয়ে শৰীৰক তাৎক্ষণিকভাৱে শক্তি প্ৰদান কৰে। লগতে তেজত তাৎক্ষণিকভাৱে গ্লুক’জৰ মাত্ৰাও বৃদ্ধি কৰে। মিঠাই খালে ডায়েবেটিছ ৰোগীৰ তেজত চেনিৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পায়। মিঠাই আৰু পানী একেলগে খালে বৃদ্ধি পাই ডাইবেটিছৰ আশংকা। অধিক মিঠায়ে বিভিন্ন ধৰণে স্বাস্থ্যৰ ক্ষতি কৰে। স্বাস্থ্যসন্মত হৈ থাকিবলৈ খাদ্য তালিকাত মিঠাইৰ সলনি ফলমূল অন্তৰ্ভুক্ত কৰিব লাগে। ফলমূলে যথেষ্ট পৰিমাণে স্বাস্থ্য উপকাৰিতা বৃদ্ধি কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...