কলমৌৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

কলমৌ অতি পুষ্টিকৰ আৰু ঔষধি গুণ যুক্ত বন শাক। এই কলমৌত অধিক মাত্ৰাত আইৰণ, কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম , ফাইবাৰ , ভিটামিন-এ , বি , চি , ই আদি উপাদান পোৱা যায়। কলমৌৱে গৰ্ভৱতী মহিলাৰ ডায়েবেটিছ ৰোগৰ উপশম ঘটায়। এণ্টি -অক্সিডেণ্ট গুণ থকা কলমৌৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। কলমৌ শাকক বসন্ত ৰোগৰ প্ৰতিষেধক বুলি কোৱা হয়। প্ৰচুৰ পৰিমাণে আইৰণ থকাৰ বাবে ৰক্তহীনতাৰ সমস্যাত উপকাৰী।

কলমৌ শাকত থকা কেলছিয়ামে শৰীৰৰ হাড় আৰু দাঁতৰ গঠন মজবুত কৰে। কলমৌ শাক মেদবহুলতা, উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকৰ বাবে উপকাৰী। কলমৌ শাক চকুৰ বাবে উপকাৰ । কলমৌ শাকে হজম শক্তি বঢ়ায়। কৌষ্ঠকাঠিন্যতাৰ সমস্যা নোহোৱা কৰে। কলমৌ শাক জণ্ডিচ আৰু লিভাৰৰ আন সমস্যাতো অতি উপকাৰী। কলমৌ শাকে মানসিক হতাশা দূৰ কৰে , টোপনি অনাত সহায় কৰে, ছালৰ উজ্বলতা বঢ়ায়। হৃদযন্ত্ৰৰ বাবেও কলমৌ উপকাৰী। প্ৰস্ৰাৱৰ সমস্যাত কলমৌ শাক নিয়মিয়াকৈ কেইদিন মান খালে উপকাৰ পোৱা যায় ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...