কাইলৈ ৰাজ্যৰ ১২ জিলাত ৰাজহুৱা বন্ধ ঘোষণা

0 272

কাইলৈ ৰাজ্যৰ ১২ জিলাত ৰাজহুৱা বন্ধ ঘোষণা। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪ সমষ্টিত ৰাজহুৱা বন্ধ।
কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিত এই বন্ধ। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৭ মে’ত বন্ধ ঘোষণা। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে নিৰ্দেশনা।

Leave A Reply

Your email address will not be published.