মন্ত্ৰীৰ ব্যক্তিগত সচিবৰ সহায়কৰ ঘৰত ধনৰ পাহাৰ

নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডত জব্দ কোটি কোটি টকা। ৰাঁচীত EDৰ অভিযানত জব্দ ২০ কোটিৰো অধিক ধন। ৰাঁচীৰ কেইবা স্থানতো EDৰ অভিযান। মন্ত্ৰী আলমগিৰ আলমৰ ব্যক্তিগত সচিবৰ সহায়কৰ ঘৰত জব্দ ধনখিনি। আমলগিৰ আলম ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী। মন্ত্ৰীৰ ব্যক্তিগত সচিবজনৰ নাম সঞ্জীৱ লাল। গ্ৰামোন্নয়ন বিভাগৰ কেলেংকাৰিৰ গোচৰৰ তদন্ত চলাইছিল ED-এ। ফেব্ৰুৱাৰীতেই ED-ৰ হাতত গ্ৰেপ্তাৰ হৈছিল গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰ ৰাম। ঘটনাৰ তদন্তৰ অংশস্বৰূপে ৰাঁচীত চলিছে EDৰ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...