RRR-এ ভংগ কৰিলে বাহুবলীৰ অভিলেখ, এদিনতে উপাৰ্জনৰ অভিলেখ

মুক্তিৰ পূৰ্বেই বহুচৰ্চিত এখন চিনেমা। ৰামচৰণ, জুনিয়ৰ এন টি আৰ আৰু আলিয়া ভাটৰ দুৰ্দান্ত অভিনয়, পৰিচালনা আৰ আৰ ৰাজামৌলীৰ, চৰ্চাই নহবইবা কিয়! প্ৰত্যাশা কৰা ধৰণে মুক্তিৰ লগে লগে বিপুল দৰ্শকে ভিৰ কৰে চলচ্চিত্ৰ গৃহত। ৰাজামৌলীয়ে নিজৰে ছবি বাহুবলী 2ৰ অভিলেখ ভংগ কৰি গঢ়িলে নতুন ইতিহাস। মুক্তৰ প্ৰথম দিনাই ২২৩ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয় চিনেমাখনে। দ্বিতীয় দিনাও চিত্ৰগৃহত অভূতপূৰ্ব ভিৰ। প্ৰতিটো শ্ব হাউছফুল। উল্লেখ্য যে, ছবিখনৰ বাবে ৩৩৬ কোটি টকা খৰচ কৰিছিল নিৰ্মাতাই। বিশ্বজুৰি তিনিওগৰাকী তাৰকাই প্ৰচাৰ চলাইছিল। কেৱল ভাৰততে নহয়, বিদেশতো ছবিখন প্ৰশংসিত হোৱাৰ লগতে অনুৰাগীয়ে আগ্ৰহেৰে উপভোগ কৰিছে চিনেমাখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...