ক্ৰীড়া

ৰাষ্ট্ৰীয় কাৰাটেত যোৰহাটৰ ৰিজামণি বৰাৰ প্ৰথম স্থান

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যোৰহাটৰ এগৰাকী যুৱতীয়ে প্ৰথম স্থান লাভেৰে সফলতা কঢ়িয়াই আনিছে। উল্লেখ্য যে, যোৱা ৮ আৰু ৯ অক্টোবৰত উত্তৰ প্ৰদেশৰ...

ফিফা ১৭ অনূৰ্ধ মহিলা বিশ্বকাপত ইতিহাস ৰচিলে স্পেইনে

ফিফা ১৭ অনূৰ্ধ মহিলা বিশ্বকাপ প্ৰতিযোগিতাত ইতিহাস ৰচিলে স্পেইনে। প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিও আত্মঘাতী গ’লেৰে বিশ্বকাপ জয়ৰ স্বপ্নভংগ কলম্বিয়াৰ। দেওবাৰে নিশা মুম্বাইৰ ডি ৱাই...

বিৰাট কোহলিৰ হোটেলৰ কোঠাত সোমোৱা কোন এইজন লোক?

T20 বিশ্বকাপ অব্যাহত থকাৰ মাজতে আন এক ঘটনাৰ বাবে চৰ্চিত হৈছে বিৰাট কোহলি। ইণ্ডিয়ান বেটাৰজনে সোমবাৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। ভিডিঅটো শ্বেয়াৰ কৰি...

কেৱল চেণ্ডউইচ! ছিডনীত প্ৰদান কৰা খাদ্যক লৈ সন্তুষ্ট নহয় টীম ইণ্ডিয়া

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত প্ৰদান কৰা খাদ্যক লৈ সন্তুষ্ট নহয় টীম ইণ্ডিয়া। পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পিছত নেডাৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া মেচৰ বাবে ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত...

ক্ৰিকেটাৰ মিতালী ৰাজৰ সৈতে কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে?

প্ৰখ্যাত মহিলা ক্ৰিকেটাৰ মিতালী ৰাজক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে। সাক্ষাতৰ পিছতে মুখ্যমন্ত্ৰীয়ে লিখিছে-''দেশৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্ৰীমিতালী ডি ৰাজক লগ পাই...

Popular